Menu
Add more content here...

এডৱাৰ্ড জেনাৰ Assam jatiya Bidyalay মহান বিজ্ঞানীৰ চানেকি জীৱনৰ

Welcome to Assam Jatiya Bidyalay (AJB) All Questions and Answers Blog Post. This post is specially prepared for students, teachers, and parents who are searching for class-wise AJB question answers in a simple, exam-oriented.

*এডৱাৰ্ড জেনাৰ*

 

প্ৰশ্ন : ১ এডৱাৰ্ড জেনাৰৰ জন্ম ক’ ত আৰু কেতিয়া হৈছিল ?
উত্তৰ : ১৭৪৯ চনৰ সোতৰ মে’ তাৰিখে ইংলেণ্ডৰ গ্লৌচেষ্টাৰচায়াৰ নামৰ এটা গাঁৱলীয়া অঞ্চলত জেনাৰৰ জন্ম হৈছিল ?

প্ৰশ্ন ২. কোনজন বিজ্ঞানীৰ সনিধ্যালৈ আহি জেনাৰে চিকিৎসা বিজ্ঞানৰ বিষয়ে নানা কথা শিকিছিল ?
উত্তৰ :জন হান্টাৰ

প্ৰশ্ন ৩. জেনাৰক মানুহে কি বুলি অপবাদ দিছিল ?
উত্তৰ : মানুহৰ শৰীৰত বৰ আইৰ দৰে বেমাৰৰ বীজাণু সুমুৱাই মানুহক হত্যা কৰিবলৈ ওলাইছে বুলি অপবাদ দিছিল ।

প্ৰশ্ন ৪. জেনাৰক ছাৰ উপাধি কোনে প্ৰদান কৰিছিল ?
উত্তৰ : ব্ৰিটিছ চৰকাৰে

প্ৰশ্ন ৫. বৰ আই প্ৰতিৰোধ কৰা ঔষধ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : এডৱাৰ্ড জেনাৰ

প্ৰশ্ন ৬. জেনাৰৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ : ১৮২৩ চনত চৌসত্তৰ বছৰ বয়সত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top