Menu
Add more content here...

জেম’চ ৱাট -Assam Jatiya Bidyalayমহান বিজ্ঞানীৰ চানেকি জীৱনৰ

Welcome to Assam Jatiya Bidyalay (AJB) All Questions and Answers Blog . This post is specially prepared for students, teachers, and parents who are searching for class-wise AJB question answers in a simple, exam-oriented.

 

*জেম’চ ৱাট*

 

 

প্ৰশ্ন১. ভাপকল কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ : জেম’চ ৱাট।

প্ৰশ্ন ২. জেম’চ ৱাটৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?
উত্তৰ : ১৭৩৬ চনৰ ঊনৈশ জানুৱাৰী দিনা স্কটলেণ্ডৰ গ্লাছগ’ চহৰৰ এখন ঠাইত।

প্ৰশ্ন ৩. জ’ছেফ ব্লেক কোন আছিল ?
উত্তৰ : এগৰাকী বিখ্যাত ৰসায়নবিদ আছিল ।

প্ৰশ্ন ৪. বিশ্বৰ প্ৰথম আধুনিক ভাপকল কিমান চনত আৱিষ্কাৰ কৰা হৈছিল ?
উত্তৰ : ১৭৬৭ চনত ।

প্ৰশ্ন ৫.জেম’চ ৱাটৰ আৱিষ্কাৰ সমূহ কি কি ?
উত্তৰ : ১. ভাপকল

২. দূৰত্ব জুখিব পৰা যন্ত্ৰ
৩. মূৰ্তি নকল কৰিব পৰা যন্ত্ৰ।

প্ৰশ্ন ৬. হিয়েৰ কোন আছিল ? তেওঁ কি উদ্ভাৱন কৰিছিল ?
উত্তৰ : হিয়েৰ এজন গ্ৰীক পণ্ডিত আছিল । তেওঁ ভাপ শক্তিৰ সহায়ত এটা ডাঙৰ গোলক ঘূৰাই ৰাখিব পৰা এটা ব্যৱস্থা উদ্ভাৱন কৰিছিল ।

৬. বিজ্ঞান সমাজে তেওঁৰ সন্মানাৰ্থে ক্ষমতা নামৰ ৰাশিৰ একক কি বুলি ৰাখিছিল ?
উত্তৰ : ৱাট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top