Menu
Add more content here...

মহান বিজ্ঞানীৰ চানেকি জীৱনৰ ৰবাৰ্ট বইল Assam Jatiya Bidyalay (mohan bigyanir saneki jibanar) class – 5

Welcome to Assam Jatiya Bidyalay (AJB) All Questions and Answers Blog . This post is specially prepared for students, teachers, and parents who are searching for class-wise AJB question answers in a simple, exam-oriented.

:ৰবাৰ্ট বইল:

 

 

1.ৰবাৰ্ট বইলৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?
    উত্তৰ: ১৬২৭ চনত আয়ালেণ্ডত বইলৰ জন্ম হৈছিল ।

2. ইংৰাজী ভাষাৰ উপৰিও বইলে আৰু কি কি ভাষা ক’ব পাৰিছিল ?
     উত্তৰ : গ্ৰীক, লেটিন, ফৰাচী আৰু হিব্ৰু।

3. বইলে ইউৰোপৰ কোন কোন দেশ ভ্ৰমণ কৰিছিল ?
উত্তৰ : ফ্ৰান্স, জাৰ্মানি আৰু ইটালি।

4. পৃথিৱীৰ সৰ্বপ্ৰসিদ্ধি বিজ্ঞান সমিতিৰ নাম কি আছিল ?
উত্তৰ : ৰ’য়েল ছ’ছাইটি

5. বইলে কোনবিধ পদাৰ্থৰ সকলোবোৰ ধৰ্ম পৰীক্ষা পাতি কৰি আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : ফছফৰাছ

6. তেওঁ পদাৰ্থক কি কি ভাগত ভাগ কৰিছিল ?
উত্তৰ : অম্ল, ক্ষাৰ আদি

7. বইলে জৈৱিক পদাৰ্থ সংৰক্ষণত কোনবিধ পদাৰ্থক উপযুক্ত বুলি দেখুৱাইছিল ?
উত্তৰ : এলকহল

8.“বইলৰ বিধি”টো লিখা ।
উত্তৰ : ‘ স্থিৰ উষ্ণতাত কোনো নিৰ্দিষ্ট ভাৰৰ বায়ুৰ যিমানে বাঢ়ে তাৰ আয়তন সিমানে কমি যায় ‘।

9. বইলে পোহৰৰ বিষয়ে কৰা আৱিষ্কাৰটো লিখা।
উত্তৰ : এটা বস্তুৰ উপৰত সকলোখিনি পোহৰ বস্তুটোৱে এৰি দিলে বস্তুটো বগা দেখা যায়, আনহাতে সকলোখিনি পোহৰ শুহি হ’লে বস্তুটো কলা হৈ পৰে।

10. নিউটনৰ আঙঠি কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ : ৰবাৰ্ট বইল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top